New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/2021/07/dangor-khobr-19.jpg)
- নগাঁও- উৰিয়া গাঁও বাইপাছ চ’কত ভয়ংকৰ পথ দুৰ্ঘটনা।
- তেলৰ টেংকাৰৰ খুন্দাত নিহত এজন চাইকেল আৰোহী।
- এটা ব্যক্তিগত কোম্পানীত নৈশ চকীদাৰৰ কামত নিয়োজিত আছিল লোকজন।
- নিহত লোকজনৰ ঘৰ মাজ উৰিয়াগাঁৱত বুলি জানিব পৰা গৈছে।
- টেংকাৰৰ খুন্দাত নিহত লোকজনৰ নাম তৰুণ গায়ন।
- ঘটনাক কেন্দ্ৰ কৰি অঞ্চলজুৰি সৃষ্টি হৈছে চাঞ্চল্যৰ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us