New Update
/asomiyapratidin/media/media_files/2025/08/07/1-2025-08-07-20-20-19.jpg)
- মহানগৰীত ব’লব’মলৈ গৈ মৃত্যুক সাৱটি ল’লে এজন কিশোৰে।
- মৃত কিশোৰজনৰ নাম বিপ্লৱ পাল।
- দশম শ্ৰেণীত অধ্যয়নৰত আছিল বিপ্লৱ পাল।
- দেওবাৰে তিনি বন্ধুৰ সৈতে ব’লব’মলৈ গৈছিল কিশোৰজন।
- বিপ্লৱক ব’লব’মৰ স্বেচ্ছাসেৱকে প্রহাৰ কৰাৰ অভিযোগ।
- চোলা খুলিবলৈ অমান্তি হোৱা বাবে স্বেচ্ছাসেৱকে প্রহাৰ কৰাৰ অভিযোগ।
- বিপ্লৱ অসুস্থ হৈ পৰাত মঙলবাৰে ভৰ্তি কৰোৱা হৈছিল GMCHত।
- বুধবাৰে চিকিৎসাধীন অৱস্থাতে মৃত্যু হয় বিপ্লৱ পালৰ।
- বিপ্লৱৰ মৃত্যুৰ খবৰ পাই চৰম সিদ্ধান্ত ল'লে প্ৰেমিকায়।