New Update
/asomiyapratidin/media/media_files/2025/06/21/dangor-khobr-19-2025-06-21-14-26-08.webp)
- তেজপুৰ বিশ্ববিদ্যালয়লৈ আজি আহিব কেন্দ্ৰীয় চৰকাৰৰ পৰা প্ৰেৰণ কৰা এটা প্ৰতিনিধি দল।
- মানৱ সম্পদ মন্ত্ৰণালয়ৰ সচিব বিনীত যোশীৰ নেতৃত্বত আহিব তিনিজনীয়া দলটো।
- বিশ্ববিদ্যালয়খনৰ শেহতীয়া পৰিস্থিতিৰ বুজ ল’ব দলটোৱে।
- উপাচাৰ্য শম্ভূনাথ সিঙৰ বিৰুদ্ধে অৱ্যাহত আছে প্ৰতিবাদ।
- শুকুৰবাৰৰ নিশাও বিশ্ববিদ্যালয় চৌহদত প্ৰতিবাদ অব্যাহত ৰাখে প্ৰতিবাদকাৰী ছাত্ৰ- ছাত্ৰীয়ে।
- বিশ্ববিদ্যালয়খনৰ চৌহদত মোতায়ন কৰা হৈছে বৃহৎ নিৰাপত্তাৰক্ষী।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us