New Update
/asomiyapratidin/media/media_files/2025/06/15/Q4KZTVQoV66X282VOblu.jpg)
ইউটিউবাৰ ৰাব্বানী ছয়ম
- মহানগৰীৰ ছয়মাইলত ছুৰিকাঘাতৰ ঘটনা।
- এজন ফল-মূলৰ দোকানীক আক্রমণ ছুৰীৰে।
- ৰাব্বানী ছয়ম নামৰ ইউটিউবাৰজনে সংঘটিত কৰে এই কাণ্ড।
- ঘটনা সংঘটিত কৰি পলায়ন ৰাব্বানী ছয়মৰ।
- আক্রমণৰ কাৰণ এই পৰ্যন্ত জানিব পৰা হোৱা নাই।
- আঘাতপ্রাপ্ত দোকানীজনক চিকিৎসালয়ত ভৰ্তি।