Advertisment

৫০ বছৰীয়া বৃদ্ধৰ কামনাৰ বলি হ’ল কন্যা শিশু...

এজন ৫০ উদ্ধৰ লম্পট লোকৰ কামনাৰ বলি হ'ল এগৰাকী ১১ বছৰীয়া শিশু ৷ নিজৰ ব্যৱসায় প্ৰতিষ্ঠানৰ ভিতৰৰ গোপন কোঠাত অসৎ কাম কৰে শিশুটিৰ লগত ৷

author-image
Asomiya Pratidin
New Update
কামপুৰত সংঘটিত হৈছে লজ্জাজনক ঘটনা

কামপুৰত সংঘটিত হৈছে লজ্জাজনক ঘটনা

  • কামপুৰত মাজৰআটিত সংঘটিত হৈছে লজ্জাজনক ঘটনা ৷ 
  • এজন ৫০ উদ্ধৰ লম্পট লোকৰ কামনাৰ বলি হ'ল এগৰাকী ১১ বছৰীয়া শিশু ৷
  • নিজৰ ব্যৱসায় প্ৰতিষ্ঠানৰ ভিতৰৰ গোপন কোঠাত অসৎ কাম কৰে শিশুটিৰ লগত ৷
  • শিশুটিয়ে মাক- দেউতাকক সকলো সদৰী কৰাত কামপুৰ আৰক্ষীক এজাহাৰ দাখিল কৰে ৷ 
  • কামপুৰ আৰক্ষীয়ে ইতিমধ্যে লম্পট শ্যাম বৰাক আটক কৰিছে ৷
  • আৰক্ষীয়ে 42/25-127 (2) 75 (2) 65 (2) 62BNS-RWS 6/10/18 POCSO নম্বৰৰ এটা গোচৰ ৰুজু কৰি জে’ল হাজেতলৈ প্ৰেৰণ কৰিছে শ্যাম বৰাক ৷
Assam police kampur