ডাম্পিং গ্ৰাউণ্ডৰ পৰা অসুস্থ অৱস্থাত উদ্ধাৰ এটা দুষ্প্ৰাপ্য শগুন

শগুনটোৰ অৱস্থিতিৰ বিষয়ে জানিব পাৰি গোলাঘাট আঞ্চলিক বন বিষয়া কায্যালয়ৰ ফৰেষ্টাৰ আইহোম শ্যামৰ নেতৃত্বত যোৱা দলটোৱে শগুনটো উদ্ধাৰ কৰি প্ৰাথমিক চিকিৎসাৰ অন্তত কাজিৰঙাৰ বণ্যপ্ৰাণী পুনৰ সংস্থাপন কেন্দ্ৰলৈ পঠিয়াই দিয়ে ৷

author-image
Asomiya Pratidin
New Update
ডাম্পিং গ্ৰাউণ্ডৰ পৰা অসুস্থ অৱস্থাত উদ্ধাৰ এটা দুষ্প্ৰাপ্য শগুণ

ডাম্পিং গ্ৰাউণ্ডৰ পৰা অসুস্থ অৱস্থাত উদ্ধাৰ এটা দুষ্প্ৰাপ্য শগুণ

ডিজিটেল সংবাদ, গোলাঘাটঃ গোলাঘাটৰ মইনাপাৰাস্থিত ডাম্পিং গ্ৰাউণ্ডৰ পৰা অসুস্থ অৱস্থাত এটা দুষ্প্ৰাপ্য শগুন উদ্ধাৰ কৰা হয় ৷ শগুনটোৰ অৱস্থিতিৰ বিষয়ে জানিব পাৰি গোলাঘাট আঞ্চলিক বন বিষয়া কায্যালয়ৰ ফৰেষ্টাৰ আইহোম শ্যামৰ নেতৃত্বত যোৱা দলটোৱে শগুনটো উদ্ধাৰ কৰি প্ৰাথমিক চিকিৎসাৰ অন্তত কাজিৰঙাৰ বণ্যপ্ৰাণী পুনৰ সংস্থাপন কেন্দ্ৰলৈ পঠিয়াই দিয়ে ৷ ডাম্পিং গ্ৰাউণ্ডৰ বিষাক্ত খাদ্য খাই শগুনটো অসুস্থ হোৱা বুলি ৰাইজে সন্দেহ কৰিছে ৷

শগুন গোলাঘাট