Advertisment

লংকা বনবিভাগৰ অভিযানত আটক চোৰাং চিকাৰী, জব্দ হাতে সজা বন্দুক

লংকা বনবিভাগৰ অভিযানত আটক এটা চোৰাং চিকাৰী চোৰাং চিকাৰীটোৰ পৰা জব্দ এটা হাতেসজা বন্দুক জব্দ চৰাই চিকাৰ কৰা জালসহ কিছু সামগ্ৰী ধৃত চোৰাং চিকাৰীটোৰ নাম আবুল হুছেইন এটা কপৌ চৰাই সহ আটক কৰে আবুলক

author-image
Asomiya Pratidin
New Update
চোৰাং চিকাৰী আটক

চোৰাং চিকাৰী আটক

  • লংকা বনবিভাগৰ অভিযানত আটক এটা চোৰাং চিকাৰী
  • চোৰাং চিকাৰীটোৰ পৰা জব্দ এটা হাতেসজা বন্দুক
  • জব্দ চৰাই চিকাৰ কৰা জালসহ কিছু সামগ্ৰী
  • ধৃত চোৰাং চিকাৰীটোৰ নাম আবুল হুছেইন
  • এটা কপৌ চৰাই সহ আটক কৰে আবুলক
  • ধৃত আবুলৰ ঘৰ নখুটীৰ ৰাংগণ বস্তিত
  • ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে
lanka forest