New Update
/asomiyapratidin/media/media_files/2025/11/14/drugs-2025-11-14-17-19-26.jpg)
- শিৱসাগৰ জিলাৰ চূণপোৰাত নিচাযুক্ত দ্ৰব্য জব্দ।
- চূণপোৰা তিনিআলিৰ পানীদুৱাৰ মুখত শিৱসাগৰ জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক মইদুল ইছলামৰ নেত্বতত চলে অভিযান।
- লগতে চেৰেকাপাৰৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া লৱন বৰুৱাৰ নেতৃত্বত চলে এই অভিযান।
- অভিযানকাৰী দলে গোপন সূত্ৰৰ পম খেদি ড্ৰাগছসহ এজন যুৱকক আটক কৰে।
- ধৃত ড্ৰাগছ সৰবৰাহকাৰীটোৰ নাম ফাৰহান আলি ৷
- ড্ৰাগছ সৰবৰাহকাৰীটোৰ পৰা ১১.৬৩গ্ৰাম ড্ৰাগছসহ নগদ ১০,৪০০টকা জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে ৷
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us