চাবস্ক্ৰাইব কৰক

0

  • Sign in with Email

By clicking the button, I accept the Terms of Use of the service and its Privacy Policy, as well as consent to the processing of personal data.

Don’t have an account? Signup

  • Manage Subscription
  • Bookmarks
  • My Profile
  • Log Out
  • E-Paper
  • গুৱাহাটী
  • অসম
  • ৰাষ্ট্ৰীয়
  • আন্তঃৰাষ্ট্ৰীয়
  • কনক্লেভ ২০২৪
  • উত্তৰ-পূব
  • ক্রীড়া-জগত
  • বিনোদন
  • জীৱন শৈলী
  • স্বাস্থ্য
  • অর্থনীতি
  • সম্পাদনা মেজ
    • বিশেষ প্ৰতিবেদন
    • মোৰ মত
ad_close_btn
  • গুৱাহাটী
  • অসম
  • ৰাষ্ট্ৰীয়
  • আন্তঃৰাষ্ট্ৰীয়
  • উত্তৰ-পূব
  • ক্রীড়া-জগত
  • বিশেষ লেখা
  • অর্থনীতি
  • স্বাস্থ্য
  • জীৱন শৈলী

Powered by :

আপুনিসফলতাৰেনিউজলেটাৰতচাবস্ক্ৰাইবকৰিছে.
মুখ্য-পৃষ্ঠা অর্থনীতি

প্ৰাৰম্ভিক ৰাজহুৱা প্ৰস্তাৱৰ বাবে ভালেসংখ্যক কোম্পানীয়ে নেচনেল ষ্টক এক্সেঞ্জত দাখিল কৰিছে খচৰা

প্ৰাৰম্ভিক ৰাজহুৱা প্ৰস্তাৱ চমুকৈ আই পি অ’ৰ বাবে দেশৰ ৯০টাৰো অধিক কোম্পানীয়ে নেছনেল ষ্টক এক্সেঞ্জত দাখিল কৰিছে খচৰা পত্ৰ। ৰাজহুৱাখণ্ডত চামিল হ’ব বিচৰা এই কোম্পানীসমূহে আই পি অ’ৰ জৰিয়তে সংগ্ৰহ কৰিব পাৰিব বহু পৰিমাণৰ ধন

author-image
Asomiya Pratidin
11 Jan 2025 12:06 IST

Follow Us

New Update
প্ৰাৰম্ভিক ৰাজহুৱা প্ৰস্তাৱৰ বাবে ভালেসংখ্যক কোম্পানীয়ে নেচনেল ষ্টক এক্সেঞ্জত দাখিল কৰিছে খচৰা

প্ৰাৰম্ভিক ৰাজহুৱা প্ৰস্তাৱৰ বাবে ভালেসংখ্যক কোম্পানীয়ে নেচনেল ষ্টক এক্সেঞ্জত দাখিল কৰিছে খচৰা

ডিজিটেল ডেস্ক : প্ৰাৰম্ভিক ৰাজহুৱা প্ৰস্তাৱ চমুকৈ আই পি অ’ৰ বাবে দেশৰ ৯০টাৰো অধিক কোম্পানীয়ে নেছনেল ষ্টক এক্সেঞ্জত দাখিল কৰিছে খচৰা পত্ৰ। ৰাজহুৱাখণ্ডত চামিল হ’ব বিচৰা এই কোম্পানীসমূহে আই পি অ’ৰ জৰিয়তে সংগ্ৰহ কৰিব পাৰিব বহু পৰিমাণৰ ধন। এই মন্তব্য কৰিছে বোম্বে ষ্টক এক্সেঞ্জৰ মুৰব্বী সুন্দৰৰমণ ৰামমূৰ্তিয়ে।  

Advertisment

দেশৰ আটাইতকৈ পুৰণি এক্সেঞ্জৰ মুৰব্বীগৰাকীয়ে জনোৱা মতে, ৰাজহুৱা হ’বলৈ বিচৰা প্ৰতিষ্ঠানসমূহৰ শক্তিশালী পাইপলাইনৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতৰ অভিলেখ ভংগকাৰী মূলধন সংগ্ৰহৰ কাম কাজ ২০২৫ চনতো অব্যাহত থাকিব। বৃহস্পতিবাৰে তেওঁ কয় যে দেশৰ ৯০টাতকৈও অধিক কোম্পানীয়ে ইতিমধ্যে ষ্টক এক্সেঞ্জৰ ওচৰত নিজৰ খচৰা পত্ৰ দাখিল কৰিছে। ইয়াৰ দ্বাৰা কোম্পানীসমূহে চলিত বৰ্ষৰ কোনো এটা মাহত আনুমানিক ১ ট্ৰিলিয়ন টকা  (১১.৬৫ বিলিয়ন ডলাৰ) সংগ্ৰহ কৰিব পাৰিব বুলি আশা কৰিব পাৰি।


এইখিনিতে এটা কথা উল্লেখ কৰা প্ৰয়োজন যে ২০২৪ৰ আগেয়ে বোম্বে ষ্টক এক্সেঞ্জ আৰু নেশ্যনেল ষ্টক এক্সেঞ্জত ৯১টা বৃহৎ প্ৰতিষ্ঠান ৰাজহুৱাকৰণ কৰা হৈছিল। এই কোম্পানীকেইটাই প্ৰাৰম্ভিক ৰাজহুৱা প্ৰস্তাৱৰ জৰিয়তে অভিলেখ সৃষ্টি কৰি সংগ্ৰহ কৰিছিল ১.৬ ট্ৰিলিয়ন টকা।

মুম্বাই
আমাৰ নিউজলেটাৰত চাবস্ক্ৰাইব কৰক! বিশেষ অফাৰ আৰু নতুন খবৰ পোৱাৰ প্ৰথমজন হওক
logo

সম্পৰ্কিতপ্ৰবন্ধসমূহ
পৰৱৰ্তীপ্ৰবন্ধপঢ়ক
সর্বশেষ গল্পসমূহ
আমাৰ নিউজলেটাৰত চাবস্ক্ৰাইব কৰক! বিশেষ অফাৰ আৰু নতুন খবৰ পোৱাৰ প্ৰথমজন হওক

Powered by


Subscribe to our Newsletter!




Powered by
ভাষানিৰ্বাচনকৰক
assamese

এইপ্ৰবন্ধটোশ্বেয়াকৰক

যদিআপুনিএইপ্ৰবন্ধটোপচন্দকৰেআপোনাৰবন্ধুবান্ধৱকোশ্বেয়াকৰক।
তেওঁলোকেআপোনাকপাছতধন্যবাদজনাব

ফেচবুক
টুইটাৰ
ৱাটছএপ

কপি কৰা হৈছে!