প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ সুৰীয়া শ্ৰদ্ধাঞ্জলি

প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ সুৰীয়া শ্ৰদ্ধাঞ্জলি। মুম্বাইত প্ৰতিষ্ঠিত শিল্পী বিজু কুমাৰ ৰামচিয়াৰীয়ে জনাই শ্ৰদ্ধাঞ্জলি। ১০৮টা গীত পৰিৱেশনৰ জৰিয়তে জুবিন গাৰ্গলৈ আগবঢ়াইছে শ্ৰদ্ধাঞ্জলি। 

author-image
Asomiya Pratidin
New Update
ZYBEKLJDKFJSDKFJFD
  • প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ সুৰীয়া শ্ৰদ্ধাঞ্জলি।
  • মুম্বাইত প্ৰতিষ্ঠিত শিল্পী বিজু কুমাৰ ৰামচিয়াৰীয়ে জনাই শ্ৰদ্ধাঞ্জলি।
  • ১০৮টা গীত পৰিৱেশনৰ জৰিয়তে জুবিন গাৰ্গলৈ আগবঢ়াইছে শ্ৰদ্ধাঞ্জলি। 
  • আজি পুৱা সোণাপুৰৰ জুবিনক্ষেত্ৰত উপস্থিত হয় শিল্পী বিজু কুমাৰ ৰামচিয়াৰী
  • জুবিনক্ষেত্ৰত প্ৰাণৰ শিল্পীগৰাকীৰ এটাৰ পাছত আনটো গীত পৰিৱেশন কৰে ৰামচিয়াৰীয়ে।
  • পুৱা প্ৰায় ১১-৩০ বজাৰ পৰা আৰম্ভ হোৱা এই বিশেষ কাৰ্যসূচী নিশা ৯ বজাত সামৰণি পেলোৱা হ'ব বুলি জানিবলৈ দিয়ে শিল্পীগৰাকীয়ে।
জুবিন গাৰ্গ