/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/04d2861d-cd60-4a10-b706-49a2c3a7a2f4/himanta_09.jpg)
himanta biswa sarma himanta biswa sarma
হায়দৰাবাদত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সভাত অঘটন।
মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ মাইক্র’ফোন কাঢ়ি নিলে এজন যুৱকে।
হায়দৰাবাদৰ এখন সভাত এই অবাঞ্চিত ঘটনাৰ সন্মুখীন হ'ল হিমন্ত বিশ্ব শৰ্মা।
সভাখনত ভাষণ প্রদান কৰি থাকোতেই এই ঘটনা।
মুখ্যমন্ত্ৰীৰ লগত আছিল মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাও।
ইতিমধ্যে হায়দৰাবাদ আৰক্ষীয়ে গ্রেপ্তাৰ কৰিছে যুৱকজনক।
আটক কৰা যুৱকজনক টি আৰ এছৰ সমৰ্থক বুলি চিনাক্ত।