New Update
/asomiyapratidin/media/media_files/2025/06/10/a6QswgbCeWcZLY6BEoGQ.jpg)
- শোণিতপুৰ জিলাৰ চাৰিদুৱাৰ থানাৰ অন্তৰ্গত কেকোকলি গাঁৱত জব্দ বৃহৎ পৰিমাণৰ সন্দেহযুক্ত হেৰ’ইন ।
 - চাৰিদুৱাৰ আৰক্ষীয়ে এক গোপন সূত্ৰৰ পম খেদি কেকোকলি গাঁৱৰ পৰা জব্দ কৰে হেৰ’ইনসহ দুজন লোকক ।
 - আৰক্ষীৰ অভিযানকালত জব্দ ৪০ গ্ৰাম নিষিদ্ধ হেৰ’ইন।
 - আটকাধীন লোক দুজন আজিবুৰ ৰহমান আৰু ফজৰ আলি বুলি জানিব পৰা গৈছে।
 - জব্দকৃত হে’ৰইনখিনিৰ মূল্য প্ৰায় ৩লাখ টকা হ’ব বুলি আৰক্ষী সূত্ৰত প্ৰকাশ।
 
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
 Follow Us