/asomiyapratidin/media/media_files/2026/01/17/new-ap-web-blood-2026-01-17-15-35-12.jpg)
ডিজিটেল সংবাদ,তেজপুৰ : ৰক্তদান জীৱন দান, ৰক্তদান মহান দান মহামন্ত্ৰৰে শোণিতপুৰ জিলা ৰেডক্ৰছ চচাইটিৰ উদ্যোগত আৰু শোণিতপুৰ জিলা প্ৰশাসনৰ লগতে কনকলতা অসামৰিক চিকিৎসালয়ৰ সহযোগত গণতন্ত্ৰ দিৱসত তেজপুৰ সাহিত্য সভা ভৱনত পুৱা ১০ বজাৰ পৰা এটা বৃহৎ ৰক্তদান শিবিৰৰ আয়োজন কৰা হৈছে।
উদ্যোক্তাসকলে ৰক্তদাতা আৰু ৰাইজৰ সহায় সহযোগীতা একান্তভাৱে কামনা কৰিছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us