পবিতৰাৰ কলবাৰীত প্ৰকাণ্ড অজগৰ উদ্ধাৰ

ঝাৰগাঁও পঞ্চায়তৰ অন্তৰ্গত বালিমুখ কলবাৰীত উদ্ধাৰ প্ৰকাণ্ড অজগৰ । পকৰীয়া নৈৰ দক্ষিণ পাৰে এটা পৰিয়ালৰ এজোপা গছত জিৰণি লৈ আছিল অজগৰডাল। 

author-image
Asomiya Pratidin
New Update
hcf
  • পবিতৰাৰ কলবাৰীত প্ৰকাণ্ড অজগৰ উদ্ধাৰ।
  • ঝাৰগাঁও পঞ্চায়তৰ অন্তৰ্গত বালিমুখ কলবাৰীত উদ্ধাৰ প্ৰকাণ্ড অজগৰ।
  • পকৰীয়া নৈৰ দক্ষিণ পাৰে এটা পৰিয়ালৰ এজোপা গছত জিৰণি লৈ আছিল অজগৰডাল। 
  • পবিতৰাৰ বনৰক্ষীৰ এটা দলে উদ্ধাৰ কৰি জীৱন্ত অৱস্থাত এৰি দিয়ে অজগৰডাল।
  • স্থানীয় ৰাইজে অজগৰ সাপ ডাল চাবলৈ ভিৰ কৰে।
মায়ং পবিতৰা অজগৰ