অসম কন্যাৰ সফলতা, আন্ত:ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত দুটাকৈ সোণৰ পদক লাভ

ভাৰতৰ হৈ দুটাকৈ সোণৰ পদক লাভ কৰি অসম তথা মৰিগাঁৱলৈ গৌৰৱ কঢ়িয়াই আনিলে মৰিগাঁৱৰ এগৰাকী কিশোৰীয়ে। দ্বিতীয় এচিয়ান যোগাসন ক্ৰীড়া চেম্পিয়নশ্বিপত ভাৰতৰ হৈ দুটাকৈ সোণৰ পদক লাভ কৰিলে মৰিগাঁৱৰ স্পৃহা ঋষি ক্যাশ্যপে। 

author-image
Asomiya Pratidin
New Update
২টা পদক লাভ কৰিলে মৰিগাঁৱৰ স্পৃহা ঋষি ক্যাশ্যপে

২টা পদক লাভ কৰিলে মৰিগাঁৱৰ স্পৃহা ঋষি ক্যাশ্যপে

ডিজিটেল সংবাদ, মৰিগাঁও: ভাৰতৰ হৈ দুটাকৈ সোণৰ পদক লাভ কৰি অসম তথা মৰিগাঁৱলৈ গৌৰৱ কঢ়িয়াই আনিলে মৰিগাঁৱৰ এগৰাকী কিশোৰীয়ে। দ্বিতীয় এচিয়ান যোগাসন ক্ৰীড়া চেম্পিয়নশ্বিপত ভাৰতৰ হৈ দুটাকৈ সোণৰ পদক লাভ কৰিলে মৰিগাঁৱৰ স্পৃহা ঋষি ক্যাশ্যপে। 

Advertisment
স্পৃহা ঋষি ক্যাশ্যপৰ সফলতা
স্পৃহা ঋষি ক্যাশ্যপৰ সফলতা

 

২৫, ২৬ আৰু ২৭ এপ্ৰিলত অনুষ্ঠিত হৈছিল এই প্ৰতিযোগিতা সমূহ। বেক বেণ্ডিং ইণ্ডিভিজুৱেল আৰু ট্ৰেডিচনেল গ্ৰুপ ইভেণ্টত ভাৰতৰ হৈ প্ৰতিনিধিত্ব কৰি দুয়োটাতে সোণৰ পদক লাভ কৰিছে স্পৃহাই।

 দুটাকৈ সোণৰ পদক লাভ
দুটাকৈ সোণৰ পদক লাভ

 

দিল্লীত অনুষ্ঠিত প্ৰতিযোগিতাখনিত মুঠ ২১খন দেশে অংশগ্ৰহণ কৰিছিল। স্পৃহাৰ সফলতাত উৎফুল্লিত ৰাজ্যবাসী।

সোণৰ পদক মৰিগাঁও