দিপীলাত অঘটন : পুখুৰীত পৰিল চাৰিচকীয়া বাহন

দিপীলা বড়িগাঁও গড়কাপ্তানি পথৰে গুৱাহাটিৰ পৰা দিপীলা অভিমুখে আহিছিল বাহনখন ।  স্থানীয় ৰাইজৰ তৎপৰতাত উদ্ধাৰ মাতৃ-পুত্ৰক।

author-image
Asomiya Pratidin
New Update
406
  • দৰঙৰ দিপীলাত অঘটন।
  • দিপীলাৰ পুখুৰীত পৰিল এখন অল্টো -৮০০ বাহন।
  • নিয়ন্ত্ৰণ হেৰুৱাই পুখুৰীত পৰে বাহনখন। 
  • বাহনখনৰ নম্বৰ হৈছে এ এছ ২৫ এল ৯৩৩২।
  • এই ঘটনাত কথমপি প্ৰাণ ৰক্ষা পৰে মাতৃ-পুত্ৰৰ।
  • দিপীলা বড়িগাঁও গড়কাপ্তানি পথৰে গুৱাহাটিৰ পৰা দিপীলা অভিমুখে আহিছিল বাহনখন। 
  • স্থানীয় ৰাইজৰ তৎপৰতাত উদ্ধাৰ মাতৃ-পুত্ৰক।
  • তেওঁলোক হৈছে নুনমাটিৰ ভাৰ্গৱজ্যোতি হাজৰিকা আৰু মাতৃ কিৰণ হাজৰিকা।
mangaldai