বিশ্বনাথত চলন্ত বাহনত লাগিল জুই...

বিশ্বনাথ চাৰিআলি সদৰ আৰক্ষী থানাৰ অন্তৰ্গত মাজুলীগড়ৰ মূলপথত ধানখেৰ ভৰ্তি মেজিক বাহন এখন চলন্ত অৱস্থাতে লাগে জুই। নিমিষতে জুইত জাহ যায় মেজিক বাহন এখন।

author-image
Asomiya Pratidin
New Update
497

ডিজিটেল সংবাদ, বিশ্বনাথ : বিশ্বনাথ চাৰিআলি সদৰ আৰক্ষী থানাৰ অন্তৰ্গত মাজুলীগড়ৰ মূলপথত ধানখেৰ ভৰ্তি মেজিক বাহন এখন চলন্ত অৱস্থাতে লাগে জুই। নিমিষতে জুইত জাহ যায় মেজিক বাহন এখন।

কথমপি প্ৰাণ ৰক্ষা পৰে চালকৰ। এই ঘটনাৰ পিচতে অঞ্চলটোত হুৱাদুৱা লাগে।

স্থানীয় লোকৰ সহায়ত বাহনখনৰ জুই নুমুৱাবলৈ সক্ষম হয়। ইতিমধ্যে বিশ্বনাথ আৰক্ষী দল ঘটনাস্থলিত উপস্থিত হয় তদন্ত অব্যাহত ৰাখিছে।

বিশ্বনাথ