New Update
/asomiyapratidin/media/media_files/2025/05/17/PNuAJoRn3zj775PqEcU5.jpg)
দিছপুৰ আৰক্ষীৰ জালত এজন ভণ্ড বাবা
- দিছপুৰ আৰক্ষীৰ জালত এজন ভণ্ড বাবা
- গণেশগুৰিৰ আনন্দ প্লাজাৰ পৰা গ্রেপ্তাৰ বাবা মস্তান খানক
- বিভিন্ন তন্ত্র-মন্ত্রৰে ৰাইজক প্রলোভিত কৰি লুটিছিল বহু ধন
- আনন্দ প্লাজাত আছে বাবা মস্তান খান ওৰফে মোশিন খানৰ এখন ভুৱা চেম্বাৰো
- বিভিন্ন ৰোগীয়া লোকক লক্ষ্য কৰি লৈছিল বাবাই
- বাবাৰ পৰা জব্দ বিভিন্ন সন্দেহজনক সামগ্ৰী
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us