New Update
/asomiyapratidin/media/media_files/2025/09/21/384-2025-09-21-01-04-16.jpg)
- জুবিন গাৰ্গক এবাৰ চাবলৈ গুৱাহাটী বিমান বন্দৰত অনুৰাগীৰ ভিৰ।
- বৰঝাৰ বিমানকোঠত অভাৱনীয় পৰিস্থিতি।
- আৰক্ষীয়ে নিয়ন্ত্ৰণ কৰিব নোৱাৰা পৰিস্থিতি বিমান বন্দৰৰ বাহিৰত।
- নিয়ন্ত্ৰণহীন পৰিস্থিতিত বেৰিকেড আঁতৰাই পঠালে জনতাই।
- লাঠিচাৰ্জ পৰ্যন্ত কৰিব লগা হৈছে আৰক্ষীয়ে।
- ইতিমধ্যে দিল্লী বিমান বন্দৰত অৱতৰণ কৰিছে জুবিন গাৰ্গৰ নশ্বৰ দেহ অনা বিমানখন।
- তাৰ পৰা পোনে পোনে গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমান বন্দৰলৈ অনা হ’ব জুবিন গাৰ্গৰ নিথৰ দেহ।