New Update
/asomiyapratidin/media/media_files/2026/01/31/32-2026-01-31-18-47-25.jpg)
- শোণিতপুৰৰ ১৮ মাইলত বৃহৎ পৰিমাণৰ সন্দেহযুক্ত ড্ৰাগছ জব্দ।
- চাৰিদুৱাৰ আৰক্ষীয়ে এক গোপন সূত্ৰৰ পম খেদি জব্দ কৰে ড্ৰাগছসহ এজনক।
- ঘটনা সন্দৰ্ভত চহিদুল ইছলাম নামৰ এজন সৰবৰাহকাৰীক আটক আৰক্ষীৰ।
- জব্দকৃত ড্ৰাগছখিনিৰ মূল্য প্ৰায় ২ লাখ টকা হ'ব বুলি আৰক্ষী সূত্ৰত প্ৰকাশ।
- সম্প্ৰতি চাৰিদুৱাৰ আৰক্ষীয়ে সৰবৰাহকাৰী চহিদুল ইছলামক গ্ৰেপ্তাৰ কৰি তেজপুৰ জে'ল হাজোতলৈ প্ৰেৰণ কৰিছে ৷
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us