বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ বাহনলৈ ইটা নিক্ষেপ

বোকাখাতত বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ বাহনলৈ ইটা নিক্ষেপ দুৰ্বৃত্তৰ। কৰুৱাবাহী তিনিআলিৰ বৰচাপৰি চাহ বাগিছাৰ সমীপত এই ঘটনা।

author-image
Asomiya Pratidin
New Update
417
  • বোকাখাতত বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ বাহনলৈ ইটা নিক্ষেপ দুৰ্বৃত্তৰ।
  • কৰুৱাবাহী তিনিআলিৰ বৰচাপৰি চাহ বাগিছাৰ সমীপত এই ঘটনা।
  • ইটাৰ আঘাতত বাহনখনৰ সন্মুখৰ আইনা ভাঙি চূৰমাৰ ।
  • বাহনখনত আছিল বিধায়কগৰাকীৰ পৰিয়ালৰ লগতে এটি শিশু।
  • সামান্য পৰিমাণে আঘাতপ্ৰাপ্ত বিধায়কগৰাকী।
  • ঘটনাই চাঞ্চল্য বিৰাজ কৰিছে সমগ্ৰ অঞ্চলটোত । 
  • বোকাখাত আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে ।
  • অৱশ্যে ইটা কোনে মাৰিলে এতিয়াও জানিব পৰা হোৱা নাই ৷
ৰূপজ্যোতি কুৰ্মী