ফুলমণি নাৰ্জাৰীক 'ওস্তাদ কামিনী কুমাৰ নাৰ্জাৰী' বঁটা প্ৰদান

কোকৰাঝাৰ জিলাৰ বাগানশালিত দেওবাৰে সদৌ বড়ো সাংস্কৃতিক সন্থাৰ ২২ সংখ্যক বছৰেকীয়া অধিৱেশন অনুষ্ঠিত কৰা হয়।

author-image
Asomiya Pratidin
New Update
201

ডিজিটেল সংবাদ, হাওৰাঘাট : কোকৰাঝাৰ জিলাৰ বাগানশালিত দেওবাৰে সদৌ বড়ো সাংস্কৃতিক সন্থাৰ ২২ সংখ্যক বছৰেকীয়া অধিৱেশন অনুষ্ঠিত কৰা হয়। এই অনুষ্ঠানতে কাৰ্বি আংলং জিলাৰ লাংহিন নিবাসী সংগীত শিল্পী ফুলমনি নাৰ্জাৰীক 'ওস্তাদ কামিনী কুমাৰ নাৰ্জাৰী' বঁটা প্ৰদান কৰা হয়।

WhatsApp Image 2026-03-01 at 9.14.13 PM

সদৌ বড়ো সাংস্কৃতিক সন্থাৰ অনুষ্ঠিত হোৱা সভাত বড়ো সাহিত্য সভাৰ নৱনিৰ্বাচিত সভাপতি গোপীনাথ বৰগয়াৰী আৰু সম্পাদক নীলকান্ত গয়াৰীৰ উপস্থিতত সংগীত শিল্পী ফুলমণি নাৰ্জাৰীক এই বঁটা প্ৰদান কৰা হয় ।

award