/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/89965747-3c3c-4758-9a90-1fb1a1780ab8/titabor_10.jpg)
titabor
-
তিতাবৰৰ খৰিকটীয়া ষ্টেচনৰ সমীপত মৰ্মান্তিক ঘটনা।
-
ৰে’লৰ খুন্দাত নিহত হৈছে দুটাকৈ বন্যহস্তী।
-
নিহত বন্যহস্তী দুটা মাক আৰু পোৱালি হাতী ।
-
নামনিমুৱা ৰাজধানী এক্সপ্রেছৰ খুন্দাত নিহত হৈছে মাকৰ সৈতে হাতী পোৱালিটোৰ।
-
ৰে’লৰ খুন্দাত থিতাতে নিহত হোৱা হাতী পোৱালিটোৰ বয়স ১ বছৰ।
-
প্রায় ৬ ঘণ্টাৰ অন্তত বিনা চিকিৎসাত মৃত্যু হয় মাকজনীৰো।