New Update
/asomiyapratidin/media/media_files/2025/03/11/J4lAwmFyMn1mZKUQSOXD.jpg)
- ডিব্রুগড় বিমান বন্দৰত উদ্ধাৰ বন্দুকৰ গুলী
- যাত্রীৰ বেগৰ পৰা উদ্ধাৰ 9mm বন্দুকৰ গুলী
- চিম্ভো দয়াল নামৰ যাত্রীজনৰ বেগৰ পৰা উদ্ধাৰ
- ডিব্রুগড়ৰ পৰা নিজ গৃহ ৰাজস্থানলৈ ৰাওনা হৈছিল লোকজন
- নিৰাপত্তাৰক্ষীয়ে লোকজনৰ বেগসমূহ পৰীক্ষা কৰোতে ধৰা পৰে গুলীসমূহ
- ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আটক কৰে লোকজনক
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us