/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-01/d22085bd-9948-4144-a7c4-be01d65f7ce9/uyuy.jpg)
ডিজিটেল ডেস্ক: ৯৮ বছৰ বয়সত কাৰাগাৰৰ পৰা মুক্তি লাভ কৰিলে এজনে। ৰাম চুৰাট নামৰ লোক জন উত্তৰ প্ৰদেশৰ অযোধ্যা কাৰাগাৰত ৫ বছৰ ধৰি বন্দী হৈ থকা পাছত অৱশেষত মুক্তি লাভ কৰে।
লোকজনক ৪৫২, ৩২৩ আৰু ৩৫২ আইপিচি ধাৰাৰ অধীনত দোষী সাব্যস্ত কৰা হৈছিল। মুক্তি লাভৰ পাছত তেওঁক কাৰাগাৰৰ কৰ্মচাৰী সকলে বিদায় সম্ভাষণ জনায়। এই সমগ্ৰ ঘটনা ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।
উত্তৰ প্ৰদেশৰ এগৰাকী আৰক্ষী বিষয়াই টুইটাৰত এই ভিডিঅ' পোষ্ট কৰিছে। তেওঁৰ পাছত কাৰাগাৰৰ পৰা ঘৰতো থৈ আহে।
परहित सरिस धर्म नहीं भाई . 98 वर्षीय श्री रामसूरत जी की रिहाई पर लेने कोई नहीं आया . अधीक्षक जिला जेल अयोध्या श्री शशिकांत मिश्र पुत्रवत अपनी गाड़ी से घर भेजते हुए . @rashtrapatibhvn@narendramodi@myogiadityanath@dharmindia51pic.twitter.com/qesldPhwBB
— DG PRISONS U.P (@DgPrisons) January 8, 2023
উল্লেখ্য যে , লোকজনক ঘৰৰ পৰা কোনোৱে নিব অহা নাছিল। সেইবাবে জিলা কাৰাগাৰ অযোধ্যাৰ অধীক্ষক শশীকান্ত মিশ্ৰ পুত্ৰাৱতে তেওঁৰ গাড়ীত ঘৰলৈ পঠিয়ায়।
আৰু পঢ়ক: 'দুৰ্দিনৰ গদ্য' উন্মোচন