দুৰ্নীতি নিবাৰক শাখাৰ অভিযান, কনিষ্ঠ সহায়কৰ বাসগৃহৰ পৰা উদ্ধাৰ লাখ লাখ টকা

ডিব্রুগড়ৰ DTOৰ কাৰ্যালয়ত দুৰ্নীতি নিবাৰক শাখাৰ অভিযান।
 দুৰ্নীতি নিবাৰক শাখাৰ অভিযান, কনিষ্ঠ সহায়কৰ বাসগৃহৰ পৰা উদ্ধাৰ লাখ লাখ টকা
  • ডিব্রুগড়ৰ DTOৰ কাৰ্যালয়ত দুৰ্নীতি নিবাৰক শাখাৰ অভিযান।

  • উৎকোচ লৈ গ্রেপ্তাৰ কনিষ্ঠ সহায়ক দীতিমণি গগৈ।

  • দীতিমণি গগৈৰ বাসগৃহত নগদ ৯ লাখ ৩০ হাজাৰ টকা উদ্ধাৰ।

  • বুধবাৰে পুৱা উৎকোচ লৈ হাতে-লোটে গ্রেপ্তাৰ হৈছিল দুগৰাকী বিষয়া।

  • গ্ৰেপ্তাৰ হৈছিল পংকজ শইকীয়া আৰু দীতিমণি গগৈ।

  • তাৰ পাছতেই দীতিমণিৰ ঘৰৰ পৰা উদ্ধাৰ কৰে লাখ লাখ টকা।

Related Stories

No stories found.
Asomiya Pratidin
www.asomiyapratidin.in