New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/931eb76d-4f11-42de-8845-d06ac83ee76d/download.jpg)
ডিব্রুগড়ৰ DTOৰ কাৰ্যালয়ত দুৰ্নীতি নিবাৰক শাখাৰ অভিযান।
উৎকোচ লৈ গ্রেপ্তাৰ কনিষ্ঠ সহায়ক দীতিমণি গগৈ।
দীতিমণি গগৈৰ বাসগৃহত নগদ ৯ লাখ ৩০ হাজাৰ টকা উদ্ধাৰ।
বুধবাৰে পুৱা উৎকোচ লৈ হাতে-লোটে গ্রেপ্তাৰ হৈছিল দুগৰাকী বিষয়া।
গ্ৰেপ্তাৰ হৈছিল পংকজ শইকীয়া আৰু দীতিমণি গগৈ।
তাৰ পাছতেই দীতিমণিৰ ঘৰৰ পৰা উদ্ধাৰ কৰে লাখ লাখ টকা।
/asomiyapratidin/media/agency_attachments/2024/11/06/2024-11-06t103056273z-dwa-ad-banner-2024-300x250.png)
Follow Us