Advertisment

ডিব্ৰুগড়ত সৰ্বভাৰতীয় পৰ্যায়ত আমন্ত্ৰণমূলক প্ৰাইজমানি ফুটবল প্ৰতিযোগিতা

ফুটবল প্ৰতিযোগিতা খনত দেশৰ আগশাৰী ১৪ টা দলে অংশ গ্ৰহণ কৰিব। খেলৰ শুভাৰম্ভণি আগ মুহূত্বত সংগঠনৰ পতাকা উত্তোলন কৰে সভাপতি ৰঞ্জিত গোহাঁই, উপদেষ্টা মিন্টু বৰপাত্ৰ। স্মৃতি সৌধ অনুষ্ঠানটো উন্মোচন কৰে খেল উদৰ্যাপন সমিতিৰ মুখ্য সম্পাদক অজয় গগৈয়ে।

author-image
Asomiya Pratidin
New Update
f

ডিজিটেল সংবাদ,ডিব্ৰুগড়ঃ  জিলাখনৰ অন্তৰ্গত বাণীপুৰ খেলপথাৰত সদৌ অসম মটক যুৱ-ছাত্ৰ সন্মিলনৰ উদ্যোগত মটক ৰজা স্বৰ্গদেউ সবানন্দ সিংহ সোঁৱৰণিত সপ্তম বাৰ্ষিক ৰাষ্ট্ৰীয় পৰ্যায়ৰ আমন্ত্ৰণ মূলক দিবা নৈশ প্ৰাইজমানি ফুটবল প্ৰতিযোগিতা আৰম্ভ হৈছে ।

Advertisment

ফুটবল প্ৰতিযোগিতা খনত দেশৰ আগশাৰী ১৪ টা দলে অংশ গ্ৰহণ কৰিব। খেলৰ শুভাৰম্ভণি আগ মুহূত্বত সংগঠনৰ পতাকা উত্তোলন কৰে সভাপতি ৰঞ্জিত গোহাঁই, উপদেষ্টা মিন্টু বৰপাত্ৰ। স্মৃতি সৌধ অনুষ্ঠানটো উন্মোচন কৰে খেল উদৰ্যাপন সমিতিৰ মুখ্য সম্পাদক অজয় গগৈয়ে।

মটক ৰজা স্বৰ্গদেউ সৰ্বানন্দ সিংহ প্ৰতিমূৰ্তিত মাল্যপৰ্ণ কৰে মায়ামৰা মদাৰখাত সত্ৰ সত্ৰাধিকাৰ বৈষ্ণবানন্দ দেৱ গোস্বামীয়ে। ইয়াৰ পিছতে মায়ামৰা পৰম্পৰা ৰীতি নীতিৰে গায়ন বায়ন শোভাযাত্ৰা বাহিৰ কৰে ।

ফুটবল