লোকসভা নিৰ্বাচনঃ পুৱা ৯ বজালৈ ভোটদানৰ হাৰ ১০.৮২ শতাংশ...

লোকসভা নিৰ্বাচনঃ পুৱা ৯ বজালৈ ভোটদানৰ হাৰ ১০.৮২ শতাংশ...

ডিজিটেল ডেস্ক : দেশত অনুষ্ঠিত হৈছে লোকসভা নিৰ্বাচনৰ ষষ্ঠ পৰ্যায়ৰ ভোটদান পৰ্ব। ৬খন ৰাজ্য আৰু দুই কেন্দ্ৰীয় শাসিত অঞ্চলৰ মুঠ ৫৮টা সমষ্টিত অনুষ্ঠিত হৈছে ভোটগ্ৰহণ পৰ্ব ।

নিৰ্বাচন উপলক্ষে আয়োগে প্ৰকাশ কৰা তথ্য অনুসৰি ৰাজ্যসমূহৰ ভোটদানৰ হাৰ উল্লেখ কৰা হ'ল- পুৱা ৯ বজালৈ ভোটদানৰ হাৰ ১০.৮২ শতাংশ।

  • বিহাৰ- ৯.৬৬ শতাংশ

  • হাৰিয়ানা- ৮.৩১ শতাংশ

  • জম্মু-কাশ্মীৰ- ৮.৮৯ শতাংশ

  • ঝাৰখণ্ড- ১১.৭৪ শতাংশ

  • দিল্লী- ৮.৯৪ শতাংশ

  • উৰিষ্যা- ৭.৪৩ শতাংশ

  • উত্তৰ প্ৰদেশ- ১২.৩৩ শতাংশ

  • পশ্চিমবংগ- ১৬.৫৪ শতাংশ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in