হুগ্ৰাজুলিত পুৱতি নিশা উদ্ধাৰ বুজন পৰিমাণৰ বিস্ফোৰক...

আৰক্ষীৰ অভিযানত শনিবাৰে পুৱতি নিশা উদ্ধাৰ হৈছে ৫টা হেণ্ড গ্ৰেণেড। অভিযানৰ নেতৃত্বত আছিল ডি এছ পি দেৱাশীষ কাশ্যপ আৰু ঢেকিয়াজুলি আৰক্ষী বিষয়া দীপক দাস...

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
হুগ্ৰাজুলিত পুৱতি নিশা উদ্ধাৰ ৫টা গ্ৰেণেড

হুগ্ৰাজুলিত পুৱতি নিশা উদ্ধাৰ ৫টা গ্ৰেণেড

  • গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত শোণিতপুৰ আৰক্ষীৰ সফল অভিযান। 
  • আৰক্ষীৰ অভিযানত শনিবাৰে পুৱতি নিশা উদ্ধাৰ হৈছে ৫টা হেণ্ড গ্ৰেণেড। 
  • ঢেকিয়াজুলি থানাৰ অন্তৰ্গত হুগ্ৰাজুলিৰ খাবলা গাঁৱত উদ্ধাৰ এই বিস্ফোৰক। 
  • এখন ৰবৰ বাগানত মাটিত পুতি থোৱা অৱস্থাত উদ্ধাৰ কৰিছে ৫ টা হেণ্ড গ্ৰেণেড। 
  • ইয়াৰ উপৰি ৩টা ডিটনেটৰjৰ লগতে বোমা সংস্থাপনত ব্যৱহৃত কিছু সামগ্ৰী উদ্ধাৰ কৰে আৰক্ষীয়ে। 
  • অভিযানৰ নেতৃত্বত আছিল ডি এছ পি দেৱাশীষ কাশ্যপ আৰু ঢেকিয়াজুলি আৰক্ষী বিষয়া দীপক দাস।
republic day sonitpur police Assam police