New Update
/asomiyapratidin/media/media_files/2025/07/20/whatsapp-imag-2025-07-20-17-23-07.jpeg)
- বহিঃৰাজ্যত পুনৰ অসমৰ শ্ৰমিকক নির্যাতন
- অবৈধ বাংলাদেশীৰ নামত ৪১ জন অসমৰ শ্ৰমিকক হাৰিয়ানাত গ্ৰেপ্তাৰ
- হাৰিয়ানাৰ গুৰগাঁও ছেক্টৰ ১০ৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে অসমৰ শ্ৰমিকক
- মানকাচৰ, বৰপেটা এলেকাৰ পৰা হাৰিয়ানালৈ গৈছিল শ্ৰমিক কেইজন
- শ্ৰমিক কেইজনক উভতাই অনাৰ দাবী মানকাচৰৰ বিধায়ক আমিনুল ইছলামৰ
- বিষয়টো লৈ বিধায়ক আমিনুল ইছলামৰ মুখ্যমন্ত্ৰী আৰু DGPৰে যোগাযোগ
- বাংলাদেশীৰ নামত ভাৰতীয় লোকক হাৰাশাস্তিৰ অভিযোগ বিধায়কগৰাকীৰ