৩০ অক্টোবৰ! অসমৰ ইতিহাসৰ এটি ক'লা অধ্যায়...

৩০ অক্টোবৰ! অসমৰ ইতিহাসৰ এটি ক'লা অধ্যায়...

author-image
Asomiya Pratidin
New Update
৩০ অক্টোবৰ! অসমৰ ইতিহাসৰ এটি ক'লা অধ্যায়...

ডিজিটেল সংবাদঃ ২০০৮ চনৰ ৩০ অক্টোবৰৰ ধাৰাবাহিক বিস্ফোৰণৰ ঘটনাই সম্পূৰ্ণ কৰিলে দুটা দশক। শিশুকে ধৰি  ৮১ জন লোকৰ মৃত্যু হোৱাৰ লগতে আঘাতপ্ৰাপত হৈছিল ৪৭০ জন লোক। এই নিৰ্বিচাৰ হত্যালীলাৰ স্মৃতিয়ে আজিও কন্দুৱাই ভুক্তভোগী পৰিয়ালৰ লগতে প্ৰতিজন মানৱ দৰদী লোকক।

Advertisment

উল্লেখযোগ্য যে ২০০৮ চনৰ ৩০ অক্টোবৰৰ পুৱা বিদ্ৰোহী সংগঠন এন ডি এফ বি (ৰঞ্জন দৈমাৰী)-এ গুৱাহাটীৰ গণেশগুৰি, পাণবজাৰ, কাছাৰীসহ পশ্চিম অসমৰ কেইবাটাও স্থানত সংঘটিত কি এই ধাৰাবাহিক বিস্ফোৰণ।ৰাজ্যৰ ভিন্ন প্ৰান্তত সংঘটিত কৰিছিল ধাৰাবাহিক বিস্ফোৰণ।

আজিও উক্ত দিনটোৰ ভয়ানক স্মৃতি সোঁৱৰণ কৰি দুৰ্বিহ দিন কটাইছে বিস্ফোৰণত  আহত আৰু নিহতৰ পৰিয়ালে ৷ ৩০ অক্টোবৰৰ বিস্ফোৰণত মৃত্যু হোৱা সকলক সুঁৱৰি বুধবাৰে ৰাজ্যৰ ভিন্ন স্থানৰ লগতে ৰাজ্য চৰকাৰৰে গণেশগুৰিত শ্ৰদ্ধাঞ্জলী অনুষ্ঠান অনুষ্ঠিত কৰিছে। 

Also Read: চতিয়াৰ জলাহভূমিত পক্ষী নিধনৰ চেষ্টা দুষ্কৃতিকাৰীৰ

30th October