ক্ষেত্ৰীত নৈশ বাছৰ পৰা জব্দ ৩০ লক্ষাধিক টকা

মহানগৰীৰ ক্ষেত্ৰী থানাৰ আৰক্ষীৰ নিয়মীয়া তালাচীত জব্দ হ'ল বৃহৎ পৰিমানৰ নগদ ধন। উজনিৰ পৰা মহানগৰ অভিমুখে আহি থকা এএছ১৬-এ-৮২০০ নম্বৰৰ নৈশ বাছখনত তালাচী চলাওতেই উদ্ধাৰ হয় এই বৃহৎ পৰিমাণৰ ধনৰাশি।

author-image
Asomiya Pratidin
New Update
XCXCXCXCC

ক্ষেত্ৰীত নৈশ বাছৰ পৰা জব্দ ৩০ লক্ষাধিক টকা

ডিজিটেল সংবাদ, ক্ষেত্ৰীঃ মহানগৰীৰ ক্ষেত্ৰী থানাৰ আৰক্ষীৰ নিয়মীয়া তালাচীত জব্দ হ'ল বৃহৎ পৰিমানৰ নগদ ধন। উজনিৰ পৰা মহানগৰ অভিমুখে আহি থকা এএছ১৬-এ-৮২০০ নম্বৰৰ নৈশ বাছখনত তালাচী চলাওতেই উদ্ধাৰ হয় এই বৃহৎ পৰিমাণৰ ধনৰাশি।

Advertisment

গুটখা জাতীয় সামগ্ৰীৰ সৈতে গ্ৰাহকৰ বাবে দিয়া উপহাৰ কুপনসহ জব্দ এই ধন ৰাশি জব্দ কৰে আৰক্ষীয়ে। কেইবাটাও পেকেটত মেৰেয়াই বস্তাত ভৰাই অনা ধনৰাশিৰ পৰিমাণ আছিল ৩০ লাখৰো অধিক। এই সম্পৰ্কত বাছ খনৰ চালক-হেণ্ডিমেনক সোধপোছ আৰম্ভ কৰিছে ক্ষেত্ৰী আৰক্ষীয়ে। 

ক্ষেত্ৰী