/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/03/dangor-khobr-1.jpg)
মহানগৰীত পুনৰ জব্দ বৃহৎ পৰিমাণৰ ড্ৰাগছ
মহানগৰীত পুনৰ জব্দ বৃহৎ পৰিমাণৰ ড্ৰাগছ।
মহানগৰীৰ গড়চুকত জব্দ ড্ৰাগছখিনি।
আৰক্ষীয়ে আটক কৰিছে তিনি সৰবৰাহকাৰীক।
আটকাধীন সৰবৰাহকাৰী কেইটা ক্ৰমে হাছান আলী, আমিনুল ইছলাম আৰু চন্দন চেত্ৰী।
ইয়াৰে হাছান আলী আৰু আমিনুল ইছলামৰ ঘৰ কামৰূপ জিলাৰ ছয়গাঁৱত।
চন্দন চেত্ৰীৰ ঘৰ গোলাঘাট জিলাৰ দেৰগাঁৱত।
তিনি সৰবৰাহকাৰী বৰ্তমান আছে গড়চুক আৰক্ষী থানাত।