মহানগৰীত পুনৰ জব্দ বৃহৎ পৰিমাণৰ ড্ৰাগছঃ আটক তিনি সৰবৰাহকাৰী...

মহানগৰীত পুনৰ জব্দ বৃহৎ পৰিমাণৰ ড্ৰাগছ
মহানগৰীত পুনৰ জব্দ বৃহৎ পৰিমাণৰ ড্ৰাগছ
  • মহানগৰীত পুনৰ জব্দ বৃহৎ পৰিমাণৰ ড্ৰাগছ।

  • মহানগৰীৰ গড়চুকত জব্দ ড্ৰাগছখিনি।

  • আৰক্ষীয়ে আটক কৰিছে তিনি সৰবৰাহকাৰীক।

  • আটকাধীন সৰবৰাহকাৰী কেইটা ক্ৰমে হাছান আলী, আমিনুল ইছলাম আৰু চন্দন চেত্ৰী।

  • ইয়াৰে হাছান আলী আৰু আমিনুল ইছলামৰ ঘৰ কামৰূপ জিলাৰ ছয়গাঁৱত।

  • চন্দন চেত্ৰীৰ ঘৰ গোলাঘাট জিলাৰ দেৰগাঁৱত।

  • তিনি সৰবৰাহকাৰী বৰ্তমান আছে গড়চুক আৰক্ষী থানাত।

Related Stories

No stories found.
Asomiya Pratidin
www.asomiyapratidin.in