কাইলৈ বিজেপিত যোগদান কৰিব কংগ্ৰেছৰ ৩গৰাকী বিধায়কে : হিমন্ত বিশ্ব শৰ্মা

কাইলৈ বিজেপিত যোগদান কৰিব ৩ কংগ্ৰেছ বিধায়কে। বুধবাৰে বৰপেটা সত্ৰত আয়োজিত দৌল উৎসৱত অংশলৈ এই মন্তব্য কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

author-image
Asomiya Pratidin
New Update
224

ডিজিটেল ডেস্ক : কাইলৈ বিজেপিত যোগদান কৰিব ৩ কংগ্ৰেছ বিধায়কে। বুধবাৰে বৰপেটা সত্ৰত আয়োজিত দৌল উৎসৱত অংশলৈ এই মন্তব্য কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

মুখ্যমন্ত্ৰীগৰাকীয়ে জনাই যে, বৃহস্পতিবাৰে কংগ্ৰেছৰ তিনিজন বিধায়কে বিজেপিত যোগদান কৰিব। শশীকান্ত দাস, কমলাক্ষ দে পুৰকায়স্থ আৰু বসন্ত দাসে বিজেপিত যোগদান কৰিব।

উল্লেখযোগ্য যে শশীকান্ত দাস ৰহাৰ কংগ্ৰেছৰ বিধায়ক, আনহাতে কৰিমগঞ্জ উত্তৰ সমষ্টিৰ কমলাক্ষ দে পুৰকায়স্থ আৰু বসন্ত দাস মঙলদৈ সমষ্টিৰ বিধায়ক।

বিজেপি