ভয়ংকৰ দুৰ্ঘটনা, নিহত ৩ বাইক আৰোহীৰ

গোগামুখ-ঢকুৱাখনা সংযোগী ২২নং ৰাজ্যিক ঘাইপথত দুৰ্ঘটনা। মালবাহী ট্রাকৰ খুন্দাত মৃত্যু ৩ বাইক আৰোহীৰ। একেখন বাইকতে আহিছিল তিনিওজন যুৱক। নিহতকেইজনৰ নাম সৌৰভজ্যোতি চমুৱা, স্বপ্নদ্বীপ গগৈ, সেমী শইকীয়া।

author-image
Asomiya Pratidin
New Update
লখিমপুৰত বিদ্যুৎপৃষ্ট হৈ মৃত্যু যুৱকৰ...

ভয়ংকৰ দুৰ্ঘটনা, নিহত ৩ বাইক আৰোহীৰ

  • গোগামুখ-ঢকুৱাখনা সংযোগী ২২নং ৰাজ্যিক ঘাইপথত দুৰ্ঘটনা
  • মালবাহী ট্রাকৰ খুন্দাত মৃত্যু ৩ বাইক আৰোহীৰ
  • একেখন বাইকতে আহিছিল তিনিওজন যুৱক
  • নিহতকেইজনৰ নাম সৌৰভজ্যোতি চমুৱা, স্বপ্নদ্বীপ গগৈ, সেমী শইকীয়া
  • চিকিৎসালয়তে মৃত্যু হয় আটাইকেইজন যুৱকৰ
  • আৰক্ষীয়ে জব্দ কৰিছে দুৰ্ঘটনা সংঘটিত কৰা ট্রাকখন
বাইক দুৰ্ঘটনা