/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/0e4dbbc2-a3ab-40bd-9fbd-b59a469f31e8/CRIME_09.jpg)
CRIME
-
মহানগৰ আৰক্ষীৰ জালত পৰিল তিনি ডকাইত।
-
জু-ৰোডস্থিত পাণ দোকানত দেওবাৰে দিন-দুপৰতে সংঘটিত কৰিছিল ডকাইতি কাণ্ড।
-
ডকাইতি কাণ্ডত জড়িতৰ অভিযোগত আৰক্ষীয়ে আটক কৰিছে তিনি জনক।
-
মহানগৰীৰ গীতানগৰ আৰক্ষী থানাৰ আৰক্ষীয়ে আটক কৰিছে তিনিওজনক।
-
ধৃত যুৱক দুজনৰ নাম ধ্রুৱজ্যোতি শৰ্মা , ৰুবুল আলী আৰু চালাউদ্দিন।
-
আনহাতে আৰক্ষীয়ে আন ৩ অভিযুক্তক বিচাৰি অব্যাহত ৰাখিছে অভিযান।
-
জু-ৰোড তিনিআলিৰ ‘ইনতাজ পান চপ’ নামৰ দোকানখনত সংঘটিত হৈছিল ডকাইতিৰ কাণ্ড।
-
ডকাইতৰ দলটোৱে ক্ৰাইম ব্ৰাঞ্চৰ পৰিচয়ৰে সংঘটিক কৰিছিল এই ডকাইতি কাণ্ড।