অন্ত পৰিল চি আই ডি জিম্মাৰঃ শ্যামকানু-সিদ্ধাৰ্থসহ ৩ অভিযুক্তক আদালতত হাজিৰ..

শ্যামকানু মহন্ত,সিদ্ধাৰ্থ শৰ্মাক আদালতত হাজিৰ হাজিৰ কৰা হ'ল ভাতৃ সন্দীপন গাৰ্গো জুবিনৰ দুই দেহৰক্ষী নন্দেশ্বৰ বৰা,পৰেশ বৈশ্যকো আদালতলৈ প্ৰেৰণ

author-image
Asomiya Pratidin
New Update
AP WEB 1
  • চি আই ডি জিম্মাৰ অন্ত পৰিল জুবিন গাৰ্গৰ মৃত্যুৰে নাম সাঙুৰ খোৱা ৫ অভিযুক্তৰ
  • আজি ৫ অভিযুক্তক হাজিৰ কৰালে মুখ্য দণ্ডাধীশৰ আদালতত 
  • শ্যামকানু মহন্ত,সিদ্ধাৰ্থ শৰ্মাক আদালতত হাজিৰ
  • হাজিৰ কৰা হ'ল ভাতৃ সন্দীপন গাৰ্গো
  • জুবিনৰ দুই দেহৰক্ষী নন্দেশ্বৰ বৰা,পৰেশ বৈশ্যকো আদালতলৈ প্ৰেৰণ
  • শ্যামকানু-সিদ্ধাৰ্থক কমেও দুমাহৰ বাবে আৰক্ষী জিম্মাত ৰখাতো বিচাৰে SIT য়ে
  • জুবিনৰ মৃত্যু গোচৰত আৰক্ষীৰ জিম্মাৰ ম্যাদ শেষ
শ্যামকানু মহন্ত