/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/06/corona34-1595241470.jpg)
ডিজিটেল ডেস্ক: দেশত পুনৰ কোৰোনাই নতুন ৰূপ ধাৰণ কৰিছে। বিগত ২৪ ঘন্টাত দেশত ২৯২৭ জন লোক নতুনকৈ আক্ৰান্ত হৈছে কোৰোনাত।
কোৰোনাত আক্ৰান্ত হৈ ৩২ জন লোকৰ মৃত্যু হৈছে বিগত ২৪ ঘন্টাত। বৰ্তমান দেশত ১৬,২৭৯ জন লোক আক্ৰান্ত হৈ আছে কোৰোনাত।
দেশত কোৰোনাৰ আক্ৰান্ত লোকৰ সংখ্যা পুনৰ বৃদ্ধি পোৱা সংক্ৰান্তত বুধবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৰাজ্যৰ মুখ্যমন্ত্ৰী সকলৰ লগত বৈঠকত মিলিত হ'ব।
আৰু পঢ়ক: নাৰায়ণপুৰত ভৰ বাৰিষাৰ পূৰ্বেই চিঙিল পিচলা নৈ কৃষিবান্ধ…
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us