চতিয়াত বাহনসহ ২৮টা গৰু জব্দ

চতিয়া আৰক্ষীয়ে বিশেষ সূত্ৰৰ পম খেদি নাগশংকৰৰ দিকৰাই দলঙৰ সমীপত জব্দ কৰে গৰুসহ অবৈধভাৱে সৰবৰাহ কৰা বাহনখন।

author-image
Asomiya Pratidin
New Update
২৮টা গৰু জব্দ
  • চতিয়াত অবৈধভাৱে কঢ়িয়াই অনা ২৮টা গৰু জব্দ।
  • চিলাপথাৰৰ পৰা শিলচৰ অভিমুখে এখন টাটা কন্টেইনাৰত লৈ আনিছিল গৰুকেইটা ।
  • চতিয়া আৰক্ষীয়ে বিশেষ সূত্ৰৰ পম খেদি নাগশংকৰৰ দিকৰাই দলঙৰ সমীপত জব্দ কৰে গৰুসহ অবৈধভাৱে সৰবৰাহ কৰা বাহনখন।
  • জব্দ কৰা গাড়ীখনৰ নম্বৰ হ'ল AS-01-NC-9425 ।
  • ঘটনাৰে জড়িচ জিয়াবুৰ ৰহমান, ৰাজেক আলী, ৰফিকুল আলি ,দীপ পাটিৰ আৰু নিত্যানন্দ কামিনক আটক। 
  • আটকাধীন আটাইকেইজনকে জে’ল হাজোতলৈ প্ৰেৰণ কৰিছে আৰক্ষীয়ে।
অসম আৰক্ষী আৰক্ষী