/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/ac03ff6a-1c6a-4860-a956-3298088d2072/BOAT_09.jpg)
BOKO
ডিজিটেল সংবাদ বকো : বকোত দেওবাৰে উদ্ধাৰ হয় এখন প্ৰাচীন নাও । বকো নদীৰ খটখটীগাঁৱৰ ঘাটত বালিৰ মাজত পোতখাই আছিল এই নাওখন ।
প্ৰায় ২৭ ফুট দৈৰ্ঘ্যৰ নাওখন এজোপা গছৰ পৰা প্ৰাচীন কালত মানুহে নদীখন ইপাৰ-সিপাৰ হোৱাৰ বাবে সাজি লৈছিল বুলি স্থানীয় ৰাইজে অনুমান কৰিছে ।