সম্পূৰ্ণ হ'ল ২০১৪ বৰ্ষৰ APSC কেলেংকাৰীৰ ন্যায়িক তদন্ত

সম্পূৰ্ণ হ'ল ২০১৪ বৰ্ষৰ APSC কেলেংকাৰীৰ ন্যায়িক তদন্ত

ডিজিটেল ডেস্কঃ অৱশেষত সম্পূৰ্ণ হ'ল ২০১৪ বৰ্ষৰ এপিএছচি কেলেংকাৰীৰ ন্যায়িক তদন্ত প্রক্রিয়া। এসপ্তাহৰ ভিতৰত কেলেংকাৰীৰ দ্বিতীয়খন প্রতিবেদন দাখিল কৰিব ন্যায়িক আয়োগে। সংবাদ মাধ্যমৰ আগত এই কথা সদৰী কৰে ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাই।

উল্লেখ্য যে, ২০১৪ বৰ্ষৰ এপিএছচি কেলেংকাৰীৰ তদন্তৰ দায়িত্বত আছে বিপ্লৱ কুমাৰ শৰ্মা। ইতিমধ্যে এই তদন্ত সম্পূৰ্ণ হৈছে বুলি মন্তব্য কৰে ন্যায়াধীশগৰাকীয়ে। এই ক্ষেত্ৰত ১৫ অক্টোবৰলৈ সময়সীমা আছে ন্যায়িক আয়োগে। ইপিনে সংবাদ মাধ্যমত আগত ‘মই মোৰ কাম কৰিলো, চৰকাৰে কি কৰে নাজানো’ বুলি মন্তব্য কৰে বিপ্লৱ কুমাৰ শৰ্মাই।

সম্পূৰ্ণ হ'ল ২০১৪ বৰ্ষৰ APSC কেলেংকাৰীৰ ন্যায়িক তদন্ত
আকৌ এজন চৰকাৰী বিষয়া জালত

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in