ৰাজ্যৰ ২০০ প্ৰাথমিক বিদ্যালয়ত মিচিং ভাষাত গ্ৰহণ কৰিব পাৰিব শিক্ষা

ৰাজ্য চৰকাৰৰ অধীনস্থ নিম্ন প্ৰাথমিক বিদ্যালয়ত মিচিং ভাষাও হ'ব শিক্ষাৰ মাধ্যম মিচিং জনগোষ্ঠীয় ছাত্ৰ-ছাত্ৰীয়ে মাতৃ ভাষাত শিক্ষা গ্ৰহণৰ সুযোগ দিয়া বাবেই এই নিৰ্দেশ শিক্ষা বিভাগৰ

author-image
Asomiya Pratidin
New Update
xzx
  • আলি আঃয়ে লৃগাঙৰ দিনা ৰাজ্যৰ শিক্ষা বিভাগৰ জাননী
  • ৰাজ্য চৰকাৰৰ অধীনস্থ নিম্ন প্ৰাথমিক বিদ্যালয়ত মিচিং ভাষাও হ'ব শিক্ষাৰ মাধ্যম
  • মিচিং জনগোষ্ঠীয় ছাত্ৰ-ছাত্ৰীয়ে মাতৃ ভাষাত শিক্ষা গ্ৰহণৰ সুযোগ দিয়া বাবেই এই নিৰ্দেশ শিক্ষা বিভাগৰ
  • প্ৰথম শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈকে মিচিং ভাষাত গ্ৰহণ কৰিব পাৰিব শিক্ষা
  • ২০০ খন নিম্ন প্ৰাথমিক বিদ্যালয়ত মিচিং ভাষা হ'ব শিক্ষাৰ মাধ্যম
মিচিং জনগোষ্ঠী