দিচাংমুখত গা ধুবলৈ গৈ সন্ধানহীন ২ যুৱক

শিৱসাগৰৰ দিচাংমুখত অঘটন।
দিচাংমুখত গা ধুবলৈ গৈ সন্ধানহীন ২ যুৱক
  • শিৱসাগৰৰ দিচাংমুখত অঘটন।

  • দিচাং নৈত সন্ধানহীন দুই যুৱক।

  • সন্ধানহীন ৰাজ ৰয় আৰু চেইজ ৰয়।

  • দুই যুৱকৰ ঘৰ শিৱসাগৰৰ ষ্টেচন চাৰিআলিত।

  • ৰাস পূৰ্ণিমা উপলক্ষে স্নান কৰিবলৈ গৈছিল দুই যুৱক।

  • যুৱক দুজনৰ সন্ধানত SDRFৰ অভিযান।

Related Stories

No stories found.
Asomiya Pratidin
www.asomiyapratidin.in