New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/7e71abfa-ab87-4ec1-8cde-384dd6d6056b/download.jpg)
শিৱসাগৰৰ দিচাংমুখত অঘটন।
দিচাং নৈত সন্ধানহীন দুই যুৱক।
সন্ধানহীন ৰাজ ৰয় আৰু চেইজ ৰয়।
দুই যুৱকৰ ঘৰ শিৱসাগৰৰ ষ্টেচন চাৰিআলিত।
ৰাস পূৰ্ণিমা উপলক্ষে স্নান কৰিবলৈ গৈছিল দুই যুৱক।
যুৱক দুজনৰ সন্ধানত SDRFৰ অভিযান।
শিৱসাগৰৰ দিচাংমুখত অঘটন।
দিচাং নৈত সন্ধানহীন দুই যুৱক।
সন্ধানহীন ৰাজ ৰয় আৰু চেইজ ৰয়।
দুই যুৱকৰ ঘৰ শিৱসাগৰৰ ষ্টেচন চাৰিআলিত।
ৰাস পূৰ্ণিমা উপলক্ষে স্নান কৰিবলৈ গৈছিল দুই যুৱক।
যুৱক দুজনৰ সন্ধানত SDRFৰ অভিযান।