জামুগুৰিহাটত জব্দ আপত্তিজনক সামগ্ৰী, আটক ২ সৰবৰাহকাৰী

শোণিতপুৰৰ জামুগুৰিহাটত আৰক্ষীয়ে ড্ৰাগছ সহ দুটাকৈ সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয়। আটকাধীন ড্ৰাগছ সৰবৰাহকাৰী দুটাৰ নাম হ'ল নজৰুল ইছলাম আৰু আবুল কালাম।

author-image
Asomiya Pratidin
New Update
আটক ২ সৰবৰাহকাৰী

আটক ২ সৰবৰাহকাৰী

ডিজিটেল সংবাদ, জামুগুৰিহাটঃ শোণিতপুৰৰ জামুগুৰিহাটত আৰক্ষীয়ে ড্ৰাগছসহ দুটাকৈ সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয়। আটকাধীন ড্ৰাগছ সৰবৰাহকাৰী দুটাৰ নাম হ'ল নজৰুল ইছলাম আৰু আবুল কালাম।

Advertisment

জামুগুৰি আৰক্ষীয়ে এক গোপন সূত্ৰৰ পম খেদি গৈ গটাইমাৰী গাঁৱৰ পৰা হে'ৰইনসহ আটক কৰে সৰবৰাহকাৰী দুটাক। সম্প্ৰতি আৰক্ষীয়ে জব্দকৃত  ড্ৰাগছখিনি 'ছিল' কৰাৰ লগতে দুই সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰি তেজপুৰৰ জে'ল হাজোতলৈ প্ৰেৰণ কৰিছে৷

জামুগুৰিহাট