দল এৰিব দুই কংগ্ৰেছী বিধায়কে...

অচিৰেই কংগ্ৰেছৰ দুজন বিধায়কে দল ত্যাগ কৰাৰ সম্ভাৱনা আছে । ২০২৬ৰ অসম বিধান সভা নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছৰ দুই বিধায়ক ক্ৰমে-

author-image
Asomiya Pratidin
New Update
কংগ্ৰেছৰ দুজন বিধায়কে দল ত্যাগ কৰাৰ সম্ভাৱনা আছে

ডিজিটেল ডেস্ক : অচিৰেই কংগ্ৰেছৰ দুজন বিধায়কে দল ত্যাগ কৰাৰ সম্ভাৱনা আছে । ২০২৬ৰ অসম বিধান সভা নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছৰ দুই বিধায়ক ক্ৰমে- কমলাক্ষ দে’ পুৰকায়স্থ আৰু ছিদ্দিক আহমেদে দল ত্যাগ কৰিব। 

Advertisment

শ্ৰীভূমি জিলাৰ এই দুই কংগ্ৰেছী বিধায়কক বৰ্তমান দলে নিলম্বন কৰি থৈছে। খবৰ অনুসৰি কমলাক্ষ দে' পুৰকায়স্থই বিজেপিত আৰু ছিদ্দিক আহমেদে অগপত যোগদান কৰাৰ সম্ভাৱনা আছে। 

ইফালে প্ৰাক্তন কংগ্ৰেছী বিধায়ক ৰাহুল ৰয়েও বিজেপি এৰি পুনৰ কংগ্ৰেছলৈ ঘূৰি অহাৰ সম্ভাৱনা আছে।

Assam Pradesh Congress bjp