যুদ্ধৰ পৰিপ্ৰেক্ষিতত ডুবাইত আৱদ্ধ দুলীয়াজানৰ ১৮ জনীয়া পৰ্যটকৰ দল

ডুবাইত আৱদ্ধ দুলীয়াজানৰ ১৮ জনীয়া পৰ্যটকৰ দল। দলটোত আছে দুলীয়াজান, ডিব্ৰুগড়, লখিমপুৰৰ পৰ্যটক। যুদ্ধৰ পৰিপ্ৰেক্ষিতত ডুবাইত আৱদ্ধ হৈ পৰিছে দলটো।

author-image
Asomiya Pratidin
New Update
image (11)
  • ডুবাইত আৱদ্ধ দুলীয়াজানৰ ১৮ জনীয়া পৰ্যটকৰ দল
  • দলটোত আছে দুলীয়াজান, ডিব্ৰুগড়, লখিমপুৰৰ পৰ্যটক
  • যুদ্ধৰ পৰিপ্ৰেক্ষিতত ডুবাইত আৱদ্ধ হৈ পৰিছে দলটো
  • বুৰ্জ খলিফা দৰ্শনৰ সময়তে ডুবাইত মিছাইল আক্ৰমণ ইৰানৰ
  • সৌভাগ্যক্ৰমে ক্ষয়-ক্ষতি হোৱা নাই অসমৰ দলটোৰ
  • দলটোত আছে দুলীয়াজানৰ শিক্ষাবিদ মৃণালী ভূঞা বৰদলৈ
  • আছে অইলৰ অভিযন্তা দিলীপ বৰদলৈ, ব্যৱসায়ী চৈত্যন্দ্ৰ দত্ত
দুলীয়াজান