ৰাজ্যৰ ১৭ গৰাকী এপিএছ বিষয়াক আইপিএছ মৰ্যাদা প্ৰদান...

ভাৰত চৰকাৰৰ গৃহ মন্ত্ৰালয়ে এক পত্ৰযোগে প্ৰকাশ কৰে উক্ত তথ্য ।আইপিএছ পদোন্নতি নীতি অনুসৰি নিযুক্তি দিয়া হৈছে এপিএছ বিষয়াসকলক ।

author-image
Asomiya Pratidin
New Update
0

ডিজিটেল ডেস্কঃ শুকুৰবাৰে ৰাজ্যৰ ১৭ গৰাকী এপিএছ বিষয়াক আইপিএছ বিষয়াৰ মৰ্যাদা প্ৰদান কৰা হয় ।

এপিএছৰ পৰা আইপিএছ মৰ্যাদা পোৱা বিষয়াসকল হ’ল জয়শ্রী খেৰছা, ডেভিদ নেইথাম, মুগ্ধজ্যোতি দেৱ মহন্ত, বেদান্ত মাধৱ ৰাজখোৱা, গৌতম বৰা, ৰঞ্জন ভূঞা, প্রণৱজ্যোতি গোস্বামী,অমৃত ভূঞা, সুধাকৰ সিং,ৰাজেন সিং,সুবোধ কুমাৰ সোণোৱাল, মুছলে উদ্দিন আহমেদ, মিহিজিৎ গায়ন,হৰেকৃষ্ণ নাথ, মানবেন্দ্র দেৱ ৰয়, লংনিট টেৰাং আৰু প্রশান্ত শইকীয়া ।

উল্লেখযোগ্য যে ভাৰত চৰকাৰৰ গৃহ মন্ত্ৰালয়ে এক পত্ৰযোগে প্ৰকাশ কৰে উক্ত তথ্য । আইপিএছ পদোন্নতি নীতি অনুসৰি  এপিএছ বিষয়াকেইজনক আইপিএছৰ মৰ্যাদা প্ৰদান কৰা হৈছে ।

গৃহ মন্ত্ৰণালয় ips