একেলগে পঢ়ি লওক বাজেটৰ ১৫টা ডাঙৰ ঘোষণা...

একেলগে পঢ়ি লওক বাজেটৰ ১৫টা ডাঙৰ ঘোষণা...
একেলগে পঢ়ি লওক বাজেটৰ ১৫টা ডাঙৰ ঘোষণা...

বাজেটৰ ১৫টা ডাঙৰ ঘোষণাঃ

১. ১০লাখ ছাত্ৰীৰ নামভৰ্তিৰ বাবে আৰ্থিক অনুদান প্ৰদান কৰিব চৰকাৰে।

২. গ্ৰাম্য অঞ্চলৰ মহিলা গোটৰ সদস্যাক দিব ১০হাজাৰকৈ টকা।

৩. নিযুক্তিৰ ক্ষেত্ৰত যিবোৰ পৰিয়ালত এজনো চাকৰিয়াল নাই তেনে প্ৰাৰ্থীক অতিৰিক্তভাৱে ৫নম্বৰকৈ প্ৰদান কৰা হ'ব।

৪. চাফাই কৰ্মীসকলক প্ৰদান কৰিব ঘৰ।

৫. চাহ জনজাতি সম্প্ৰদায়ৰ চৰকাৰী চাকৰি ৩শতাংশ সংৰক্ষণ।

৬. অসমীয়া চলচ্চিত্ৰক উতসাহিত কৰিবলৈ পূৰ্ণ দৈঘ্য অসমীয়া বোলছবিৰ বাবে ১০লাখ টকাৰ আৰ্থিক অনুদান আগবঢ়াব।

৭. ভূপেন হাজৰিকা, জয়ন্ত হাজৰিকা, বিষ্ণু ৰাভাৰ সোৱৰঁণত অনুষ্ঠিত কৰিব নৈশ সাংস্কৃতিক সন্ধিয়া।

৮. ৰাম মন্দিৰলৈ তীৰ্থ যাত্ৰা কৰিব খোজা ২৫শ তীৰ্থ যাত্ৰীক আৰ্থিক সাহায্য আগবঢ়াব চৰকাৰে। ২৫কোটি টকা আৱন্টন।

৯. ৩০০কোটি টকাৰ ব্যয়েৰে চন্দ্ৰপুৰত ষ্টেডিয়াম নিৰ্মাণ।

১০. নতুনকৈ নিৰ্মাণ কৰা চৰকাৰী বা ব্যক্তিগত গৃহত সৌৰশক্তিৰ ব্যৱস্থাপনা বাধ্যতামূলক।

১১. দিপৰ বিল পুণৰাজ্জীৱিত কৰিবৰ বাবে ১০০কোটি টকা ধাৰ্য।

১২. কুকুৰা আৰু কণী উতপাদকলৈ বাজেটত ২৫কোটি টকা ধাৰ্য।

১৩. জি এম চিৰ নতুন আন্তঃগাথনিৰ বাবে ৩২৫০কোটি টকা ধৰা হৈছে বাজেটত।

১৪. মাইক্ৰ ফাইনেন্সক সকাহ দিবৰ বাবে বাজেটত ৫৫০কোটি টকা ধাৰ্য কৰা হৈছে।

১৫. ৫৫০কোটি টকাৰ ব্যয়েৰে ৫০টা মথাউৰি নিৰ্মাণ।

একেলগে পঢ়ি লওক বাজেটৰ ১৫টা ডাঙৰ ঘোষণা...
আত্মসহায়ক গোটৰ প্ৰতিগৰাকী মহিলা সদস্যক দিব ১০হাজাৰকৈ টকা...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in