কাটিগৰা বাংলাদেশ সীমান্তত ১৩টা চোৰাং ম'হ জব্দ

কাছাৰ জিলাৰ ভাৰত -বাংলাদেশ সীমান্তত চোৰাং ম'হৰ  বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে বি এছ এফে।  কাছাৰ জিলাৰ কাটিগৰা বাংলাদেশ সীমান্তৰ হৰিনগৰৰ পৰা জব্দ কৰা হয় ১৩ টা চোৰাং ম'হ।

author-image
Asomiya Pratidin
New Update
345

ডিজিটেল সংবাদ, শিলচৰ : কাছাৰ জিলাৰ ভাৰত -বাংলাদেশ সীমান্তত চোৰাং ম'হৰ  বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে বি এছ এফে।  কাছাৰ জিলাৰ কাটিগৰা বাংলাদেশ সীমান্তৰ হৰিনগৰৰ পৰা জব্দ কৰা হয় ১৩ টা চোৰাং ম'হ।

Advertisment

হৰিনগৰত কৰ্তব্যৰত বিএছ এফৰ ১৭০ নম্বৰ বেটেলিয়নে বুধবাৰে পুৱা অভিযান চলাই জব্দ চোৰাং ম'হকেইটা। জব্দ কৰা ম'হকেইটা চোৰাংভাৱে বাংলাদেশলৈ সৰবৰাহ কৰাৰ বাবে সীমান্তলৈ আনিছিল আন্তঃৰাষ্ট্ৰীয় চোৰাং ব্যৱসায়ীয়ে।

কাছাৰ