New Update
/asomiyapratidin/media/media_files/2026/02/26/whatsapp-image-2026-02-26-17-08-39.jpeg)
- প্রহসনত পৰিণত ৰাজ্য চৰকাৰৰ স্বচ্ছ আৰু নিকা নিযুক্তি
- ভুৱা নথিৰে ADREত চাকৰি ল’লে শতাধিক যুৱক-যুৱতীয়ে
- চাহ জনজাতিৰ ভুৱা নথিৰে চাকৰিত মকৰল ১২৩ গৰাকী প্রাৰ্থী
- দল-সংগঠনৰ আপত্তিৰ পিছত চৰকাৰৰ তদন্ত ঘোষণা
- তদন্তৰ পিছত ১২৩ গৰাকী প্রাৰ্থীৰ চলিছিল নথি-পত্র পুনৰীক্ষণ
- পুনৰীক্ষণত ৯৮ গৰাকী প্রাৰ্থীৰ ভুৱা বুলি প্রমাণিত
- চাহ জনজাতিৰ ভুৱা নথি-পত্রৰে চাকৰি লৈছিল এইসকল প্রাৰ্থীয়ে
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us